মাজুলীৰ কমলাবাৰীৰৰ মানসিক বিকাৰগ্ৰস্ত এগৰাকী যুৱতী ধৰ্ষণৰ চেষ্টা দুই যুৱকৰ ।সঞ্জীৱ দাস (সৰুলৰা) আৰু ৰাজ দাস (ডেমফুল দাস) নামৰ দুই অভিযুক্ত মাজুলী আৰক্ষীৰ জিম্মাত।মাজুলী আৰক্ষী খানাত সোধা পোছা অব্যাহত দুই অভিযুক্ত ।মাজুলীৰ অফলামুখ ঘাটৰ সমীপত সংঘটিত হৈছিল ঘটনাটো। ঘটনা স্থলীৰে পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱতী গৰাকীক.মূল অভিযুক্ত সঞ্জীৱ দাসক আদালতত হাজিৰ কৰাই আৰক্ষীয়ে।।অন্যহাতে ৰাজ দাসক সাক্ষী হিচাপে প্ৰক্ষেপ কৰিছে আৰক্ষীয়ে।দুয়োৰে ঘৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱত। মাজুলী থানাত ৪৪/২২, ৩৭৬ (1) 4Posco act ধৰাত গোচৰ ৰুজু। উক্ত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ: ૨૬મી જાન્યુઆરીના દિવસે જાહેરમાં બોમ્બ મુક્યા અંગેની ધમકી આપનારને શોધી કાઢતી ક્રાઈમ બ્રાન્ચ
અમદાવાદ શહેરમાં ૨૬મી જાન્યુઆરીના દિવસે જાહેર જગ્યાઓએ બોમ્બ મુક્યા અંગેની ધમકી આપનાર વ્યક્તિને...
Mukhtar Ansari Death: 'ये स्वाभाविक मौत नहीं, बल्कि...,' मुख्तार की मौत पर स्वामी प्रसाद मौर्य ने उठाए सवाल, क्या-क्या कहा?
नई दिल्ली। पूर्वांचल में आतंक का दूसरा नाम रहे माफिया मुख्तार अंसारी की गुरुवार को...
মাজুলীত অপৰাধ জনিত ঘটনা বৃদ্ধি পোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদকৰ
মাজুলীত অপৰাধ জনিত ঘটনা বৃদ্ধি পোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদকৰে