বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা"বাতিল আৰু আহোম জনগোষ্ঠীৰ জনজাতি কৰণৰ দাৱীত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে। টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্য্যসূচীত উজনিৰ বিভিন্ন জিলাৰ পৰা অহা টাইপাৰ সদস্য সকলে অংশ গ্ৰহন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে। মৰাণ লায়ন্স ক্লাৱৰ পৰা মৰাণহাটৰ ট্ৰেফিক তিনি আলিলৈকে সমদল কৰি ।আহি ৰাজপথতে প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰিকোনো কাৰণতে "কা"আইন মানি নোলোৱাৰ অংগীকাৰ কৰে টাইপাৰ নেতৃ ত্বই । কাৰ্য্যসূচীত অংশ গ্ৰহন কৰি টাইপাৰ কেন্দ্ৰীয়।সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, উপ সভাপতি উত্তম দিহিঙীয়া, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়া গোঁহাইয়ে নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰি এই সংগ্ৰাম। অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।তদুপৰি জনজাতি কৰণৰ নামত বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা ৰ অভিযোগ তুলি বিজেপি চৰকাৰক কঠোৰ সকিয়নি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડવા વિસ્તારમાં કોઈ બાબતને લઈને મારામારીના સર્જાઈ, એક ને ઇજા
વડવા વિસ્તારમાં કોઈ બાબતને લઈને મારામારીના સર્જાઈ, એક ને ઇજા
દિવ માં CBI અને ACB કેમ્પ નુ આયોજન
દિવ માં CBI અને ACB કેમ્પ નુ આયોજન
વીજપડી માં ગુજરાત ગૌરવ યાત્રા નું આગમન // parshotam rupala//jitu vagahni
વીજપડી માં ગુજરાત ગૌરવ યાત્રા નું આગમન // parshotam rupala//jitu vagahni
Holi Gifting: होली पर अपने भाई-बहनों को दें खुशी का तोहफा, ये गैजेट्स हैं लिस्ट में शामिल
होली का त्यौहार बस कुछ दिन दूर है और ऐसे में हम अपने दोस्तों और परिवार वालों को बेहतरी तोहफा देकर...
Chugh demands complete scrapping of land pooling scheme
AAP trying to fool farmers to help realtors: Chugh
BJP National General Secretary Tarun Chugh...