বৃহস্পতি বাৰে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গণত শিৱসাগৰ জিলাৰ নিৰ্বাচনী প্ৰতীক চিহ্নৰ শুভ উদ্বোধনী কাৰ্য্যসূচী সমাপন কৰা হয়। উপস্থিত থাকে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপৰিও অতিৰিক্ত আয়ুক্ত,আৰু সহকাৰী আয়ুক্ত সকল উপস্থিত থাকে।