দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ প্ৰাকক্ষণত আজি দেৰগাঁৱৰ বিভিন্ন অঞ্চলত দেখা গৈছে এক অনন্য পৰিৱেশ। স্বাধীনতাৰ অমৃত মহোৎসৱ উপল্যক্ষে চৰকাৰে হাতত লোৱা হৰ ঘৰ ত্ৰিৰংগা কায্যসূচীৰ বাবে দেৰগাঁৱৰ উত্তৰ দলিজলীয়া প্ৰাথমিক বিদ্যালয়, উত্তৰ দলিজলীয়া অঙ্গবাড়ী আৰু ৰাইজৰ সহযোগত এক সজাগতা মূলক ৰেলী উলিওৱা দেখা গ'ল। বিদ্যালয় ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজে অংশ গ্ৰহন কৰা এই ৰেলীত দেখা গ'ল এক অনন্য পৰিৱেশ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গৰিয়া-মৰিয়াসকলৰ বাবে বিধানসভাত অসন সংৰক্ষণ দাবী
গৰিয়া-মৰিয়া লোকসকলৰ বাবে সুকীয়া পিয়ল। গৰিয়া-মৰিয়া সকলক OBC মৰ্যাদা।গৰিয়া-মৰিয়াসকলৰ বাবে বিধানসভা...
दुनिया की पहली सीएनजी से चलने वाली बाइक 'Bajaj Freedom 125' लॉन्च की। ये मोटरसाइकिल सीएनजी और पेट्रोल पर चलेगी।
*बजाज ने लॉन्च की सीएनजी बाइक*
बजाज ऑटो ने आज (शुक्रवार) दुनिया की पहली सीएनजी से चलने...
8 जून को पीएम मोदी ले सकते हैं शपथ, 7 जून को होगी NDA की बैठक
लोकसभा चुनाव का परिणाम 4 जून को घोषित हुआ, जिसमें एनडीए को बहुमत हासिल हुआ है. एनडीए को 543 में...
प्रवाशी वाहनांना लुटणाऱ्या टोळीच्या पोलिसांनी आवळल्या मुसक्या@india report
प्रवाशी वाहनांना लुटणाऱ्या टोळीच्या पोलिसांनी आवळल्या मुसक्या@india report
India reports 3,038 fresh Covid cases, active caseload at 21,179
India recorded a single-day jump of 3,038 fresh Covid cases as the active caseload rose to 21179,...