আজাদী কা অমৃত মহোৎসৱ উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি পুৱা "প্ৰভাত ফেৰী" কাৰ্যসূচী ৰূপায়ণ কৰে। আটছাৰ বোকাখাত শাখাৰ সম্পাদক অমৃত সাগৰে উদ্বোধন কৰা "প্ৰভাত ফেৰী" ত সমদল কৰি বিদ্যালয়খনৰ পৰা ওলাই ৩৭ আৰু ৩৯ ৰাষ্ট্ৰীয় পথৰে নুমলীগড় চাহ বাগিছাৰ কলঘৰ হৈ পুণৰ পাইপ লাইন পথৰে বিদ্যালয়খনলৈ আহে। প্ৰভাত ফেৰীত ছাত্ৰ ছাত্ৰী,অভিভাবক, শিক্ষক শিক্ষয়িত্ৰী সহ পাঁচ শতাধিকে অংশ গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীয়ে দেশ ভক্তিমূলক গীতেৰে পৰিৱেশ জীপাল কৰি তুলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
[Digital Gujarat] List of documents required for Gujarat Government scheme and certificate for Gujarat Government
[Digital Gujarat] List of documents required for Gujarat Government scheme and certificate for...
નીતિશ કુમાર બન્યા 'પલટુરામ': જાણો કેવી રીતે પડ્યું આ નામ?
નીતિશ કુમાર બન્યા 'પલટુરામ': જાણો કેવી રીતે પડ્યું આ નામ?
ગુજરાતના ઘણા વિસ્તારોમાં ગઈકાલે સાંજના સમયે આકાશમાં ટ્યુબ લાઇટ જેવી રહસ્યમય
ગુજરાતના ઘણા વિસ્તારોમાં ગઈકાલે સાંજના સમયે આકાશમાં ટ્યુબ લાઇટ જેવી રહસ્યમય લાઈટ દેખાતા લોકોમાં...