আজাদী কা অমৃত মহোৎসৱ উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি পুৱা "প্ৰভাত ফেৰী" কাৰ্যসূচী ৰূপায়ণ কৰে। আটছাৰ বোকাখাত শাখাৰ সম্পাদক অমৃত সাগৰে উদ্বোধন কৰা "প্ৰভাত ফেৰী" ত সমদল কৰি বিদ্যালয়খনৰ পৰা ওলাই ৩৭ আৰু ৩৯ ৰাষ্ট্ৰীয় পথৰে নুমলীগড় চাহ বাগিছাৰ কলঘৰ হৈ পুণৰ পাইপ লাইন পথৰে বিদ্যালয়খনলৈ আহে। প্ৰভাত ফেৰীত ছাত্ৰ ছাত্ৰী,অভিভাবক, শিক্ষক শিক্ষয়িত্ৰী সহ পাঁচ শতাধিকে অংশ গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীয়ে দেশ ভক্তিমূলক গীতেৰে পৰিৱেশ জীপাল কৰি তুলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ પોલીસ દેશી બનાવટની તમંચો ઝડપી લીધો હતો
જસદણ પોલીસ દેશી બનાવટની તમંચો ઝડપી લીધો હતો
Andhra Pradesh CM YS Jagan Mohan Reddy meets Union Finance Minister Nirmala Sitharaman in Delhi.
Delhi | February 9, 2024
Andhra Pradesh CM YS Jagan Mohan Reddy meets Union Finance...
संविधान हत्या दिवस के रूप में मनाया जाएगा 25 जून;केंद्र सरकार ने जारी की अधिसूचना
केंद्र सरकार ने 25 जून को संविधान हत्या दिवस के रूप में घोषित किया है। केंद्र सरकार ने इस संबंध...
সোণাৰিৰ এজন যুৱকৰ ভাইৰেল ভিডিও
সোণাৰিৰ এজন যুৱকৰ ভাইৰেল ভিডিও।সোণাৰিৰ এই যুৱক জনৰ এটা ৩০ চেকেণ্ডৰ ভিডিও হৈ পৰিছে ভাইৰেল। লালতী...
દીવનુ રમણીય સ્થળ કુકરીબીચ ની લીધા જેવી મુલાકાત
દીવનુ રમણીય સ્થળ કુકરીબીચ ની લીધા જેવી મુલાકાત