দেওবাৰে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙীয়াত মৰাণ-নাহৰকটীয়া পথত চলোৱা তালাচী অভিযানত দুজন ব্যক্তিৰ পৰা মুঠ ৪,৩০,৪০০ টকা জব্দ কৰে SSTয়ে। উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ।চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীৰ সহযোগত ৰাইদাঙীয়াত SST য়ে চলোৱা এই তালাচী অভিযানত শিৱসাগৰৰ দুজন ব্যক্তিৰ পৰা ক্ৰমে একলাখ আৰু তিনিলাখ ত্ৰিশ।হেজাৰ চাৰিশ টকা জব্দ কৰে। জব্দ কৰা টকা সমুহ SSTয়ে নথিপত্ৰ পৰীক্ষাৰ বাবে চৰাইদেউ জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तालाब मरम्मत कार्य में घटिया निर्माण सामग्री उपयोग की शिकायत।
सुल्तानपुर. क्षेत्र में कौमी एकता के प्रतीक बाबा मानशाह के तालाब में चल रहे मरम्मतीकरण...
ધ્રાંગધ્રા ખાતે પીર મોહમ્મદ મુસા પીરનો ઉર્સ મનાવવામાં આવ્યો
ધ્રાંગધ્રા ખાતે પીર મોહમ્મદ મુસા પીરનો ઉર્સ મનાવવામાં આવ્યો
કાલોલ ના ધારાસભ્યના હસ્તે આંગણવાડી કાર્યકર અને તેડાગર બહેનોને નિમણૂક પત્રોના વિતરણ નો કાર્યકમ યોજાયો
ગુજરાત સરકાર દ્વારા નવેમ્બર-૨૦૨૩-૨૪ ના રોજ ઓનલાઈન આંગણવાડી કાર્યકર અને તેડાગર ભરતીની જાહેરાત બહાર...
Suzuki Hustler टेस्टिंग के दौरान हुई स्पॉट, पॉवरफुल इंजन के साथ ब्रांडेड फीचर्स से है लैस
सुजुकी हसलर को भारतीय मार्केट में टेस्टिंग के दौरान स्पॉट किया गया है। भारतीय मार्केट में इसके...