স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী । এই সময় চোৱাত অতি তৎপৰ হোৱা দেখা গৈছে অসম আৰক্ষীক । ৰাজ্যৰ ঘাইপথ সমূহত দিনে নিশাই অব্যাহত ৰাখিছে তালাচী অভিযান । এই দৃশ্য দেৰগাৱঁৰ । দেৰগাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো সময়তে সক্ৰিয় হৈ আছে আৰক্ষী । সৰু বৰ সকলো বাহনৰে তন্ন তন্নকৈ তালাচী লৈছে আৰক্ষীয়ে ।