শুকুৰবাৰে আবেলি চৰাইদেউত পঞ্চায়তৰ উপ-সভাপতি ৱাৰ্ড সদস্যকে প্ৰমুখ্য কৰি আঠজন কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গাঁও চপঞ্চায়তৰ উপ -সভাপতি ৱাৰ্ড সদস্যকে ধৰি মুঠ আঠগৰাকী কংগ্ৰেছ কৰ্মীয়ে সোনাৰীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। উক্ত সভাত চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি লক্ষ্মীনাথ তাচা , যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাট সমষ্টিৰ বিস্তাৰক নন্দ কিশোৰ গোস্বামী, ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য সকল , জিলা বিষয় ববীয়া সকল , মৰ্চাসমুহৰ বিষয় ববীয়া সকল ৰ লগতে মণ্ডল সমিতি সমুহৰ বিষয় ববীয়া তথা কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে। সকলো কংগ্ৰেছ কৰ্মীসকলক দলৰ গামোচা আৰু টুপী পিন্ধাই সাংসদ গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ দললৈ আদৰণি জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जमानत की शर्त के तहत अदालतें लोगों को राजनीतिक गतिविधियों में शामिल होने से नहीं रोक सकतीं: सुप्रीम कोर्ट
नई दिल्ली। सुप्रीम कोर्ट ने एक व्यक्ति पर उड़ीसा उच्च न्यायालय द्वारा लगाई गई जमानत की शर्त...
উত্তৰ শালমাৰা মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি চিমি কৰণ
উত্তৰ শালমাৰা মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি চিমি কৰণে আজি দায়িত্ব চমজি লয় ৷ পূৰ্বৰ মহকুমাধিপতি...
ગારીયાધાર પોલીસે બે મોટી વાવડી નજીકથી બે ઇસમોને નશાની હાલતમાં ઝડપી પાડયા
ગારીયાધાર પોલીસે બે મોટી વાવડી નજીકથી બે ઇસમોને નશાની હાલતમાં ઝડપી પાડયા
माजी आ.पृथ्वीराज साठे यांनी घेतली पीडित महिलेची भेट
केज (प्रतिनिधी) बलात्कार आणि अट्रॉसिटीच्या गुन्ह्यातील आरोपीला अटक करण्याच्या मागणीसाठी केज तहसील...