বৃহস্পতি বাৰে চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত।আছুৰ মৰাণ আঞ্চলিক সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন।চমুকৈ।"কা" আইনৰ বিৰুদ্ধে ক'লা পতাকা উত্তোলন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে।এই কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ কৰ্মকৰ্তা সকলৃ বিজৃপি নেতৃত্বাধীন কন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে " কা" আইনখনৰ বিৰুদ্ধে।সোচ্চাৰ হৈ উঠে। এই প্ৰতিবাদৰ পাছতে প্ৰতিবাদ স্থলীত মৰাণহাট আৰক্ষীৰ এটা দল উপস্থিত হৈ ক'লা পতাকা লৈ যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુત્રાપાડા તાલુકાના ગ્રામ્ય વિસ્તારની અંદર અચાનક વાતાવરણમાં પલટો આવતા વરસાદી માહોલ
સુત્રાપાડા તાલુકાના ગ્રામ્ય વિસ્તારની અંદર અચાનક વાતાવરણમાં પલટો આવતા વરસાદી માહોલ બપોર બાદ ભારે...
દિયોદર ના કોટડા ગામે ખેડૂત પર હુમલો,, બાઉન્સરો બોલાવી કરાયો હુમલો..
દિયોદર તાલુકાના કોટડા ગામમાં બની હુમલાની ઘટના,, બાઉન્સર ગેંગ દ્વારા ખેડૂત પર કરાયો...
तुर्की, सीरियामें 7.8 के भूकंप से 500 सेज़्यादा लोगों की मौत 5000 सेअधिक घायल 40 से अधिक आफ़्टरशॉक
तुर्की और सीरिया में भूकंप से 500 से ज़्यादा लोगों की मौत , 5,000 से अधिक घायल, तुर्की के दक्षिण...
বিধস্ত অভয়পুৰী পথ মেৰামতি নগেন
মাজুলীৰ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ গুৰুত্ব নথকাৰ বাবে দিনক দিনে বিধস্ত হৈ পৰিছে ভকতিদুৱাৰ...