১২-০৮-২০২২ তাৰিখ পুৱাই ২ নং গৰৈমাৰী এল পি স্কুলৰ উদ্যোগত হীৰক জয়ন্তী বর্ষৰ স্বাধীনতা দিৱস পালনৰ কাৰণে হাতত লোৱা কেন্দ্ৰীয় চৰকাৰৰ আজাদি কা অমৃত মহোৎসৱৰ 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীৰ অংশ "প্ৰভাতী" পালন কৰে। "প্ৰভাতী" শীৰ্ষক কাৰ্যসূচী অনুসৰি পুৱা শিক্ষক, ছাত্ৰ ছাত্ৰী, পৰিচালনা সমিতিয়ৰ বিষয়ববীয়াসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ২ নং গৰৈমাৰী অঞ্চলত সমদল কৰি ভাৰত মাতা কি জয় শ্লোগান দি দেশ প্ৰেমমূলক গীত পৰিৱেশন কৰে ছাত্ৰ ছাত্ৰীসকলে। উক্ত কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুৰ্যকান্ত বড়ি ,প্ৰধান শিক্ষক অমৃত ঢেকীয়াল ফুকন,শিক্ষক নিতুল ডেকা আৰু অংগনৱাদী কেন্দ্ৰৰ কৰ্মী মইনামতি বড়ি আদিয়ে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बाइक को टक्कर मार कर पिकअप पलटी
पांढुर्ना. नेशनल हाईवे 47 पर रविवार शाम खेड़ी कला पाटी के पास सड़क हादसे में एक बच्ची घायल...
iPhone 16 Pro vs iPhone 15 Pro: नए आईफोन में क्या बदला, किसे खरीदना ज्यादा फायदेमंद; फुल कंपेरिजन
Apple iPhone 16 Pro और iPhone 15 Pro ये दोनों ही एपल के फ्लैगशिप आईफोन हैं। आईफोन 16 को हाल ही...
লাহৰীঘাটৰ কাঠনিত কৃষি বিভাগৰ কঠিয়া হলগৈ গৰু ছাগলীৰ ঘাঁহ
লাহৰীঘাটৰ কাঠনি বীজপামত কৃষি বিভাগৰ কঠিয়া হলগৈ গৰু ছাগলীৰ ঘাঁহ।বানাক্ৰান্ত কৃষকৰ মাজত কঠিয়া বিতৰণ...
ત્રણ રાજયો મા ભાજપ ના ભવ્ય વિજય ની ઊજવણી કરાઈ
આજરોજ મઘ્ય પ્રદેશ, રાજસ્થાન અને છતિસગઢ જેવા ૩ રાજ્યોમા ભાજપ તરફી તરફી જલવંત વિજય ના પરિણામો...
संपादक को पाठक के मन को पढ़ना आना चाहिएः आर्यिका स्वस्तिभूषण माताजी
संपादक को पाठक के मन को पढ़ना आना चाहिएः आर्यिका स्वस्तिभूषण माताजीस्वस्तिभूषण माताजी के सानिध्य...