আজি BJP যোগদান কৰে নিৰ্দলীয় খণ্ড আয়ুক্ত আশীষ নন্দী ,অপূৰ্ব ৰাজ সাহা আৰু ভাৰতী হালৈ

বিৰোধী মুক্ত হল BJP নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভা 

# পৌৰ সভা ৰ তিনি নিৰ্দলীয় খণ্ড আয়ুক্ত আজি যোগদান কৰিলে BJP ত 

# আজি BJP যোগদান কৰে নিৰ্দলীয় খণ্ড আয়ুক্ত আশীষ নন্দী ,অপূৰ্ব ৰাজ সাহা আৰু ভাৰতী হালৈ 

# নিৰ্দলীয় খণ্ড আয়ুক্ত আশীষ নন্দী পূৰ্ব ত খাৰুপেটীয়া নগৰ সমিতি ৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হয় সভাপতি আছিল