বানফেৰা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত "প্ৰভাত ফেৰী"।

"হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বানফেৰা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আজি পুৱা "প্ৰভাত ফেৰী"ৰ আয়োজন কৰা হৈছে।