দৌ অসম দেউৰী ছাত্ৰ সন্থাৰ গোগামুখ - বৰদলনি আঞ্চলিক সমিতিৰ উদ্যোগত ২০২২ বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দেউৰী জনগোষ্ঠীয় ২৭ গৰাকী কৃৰ্তি ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ গোগামুখ - বৰদলনি আঞ্চলিক সমিতিৰ উদ্যোগত বামচেনীয়া ৰংগমঞ্চত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে পুৱা সামুহিক চাফাইপিছতে পতাকা উত্তোলন কৰে বৰদলনি আঞ্চলিক সমিতিৰ সভাপতি অজয় দেউৰীয়ে। ছহিদ তৰ্পণ কৰে ছাত্ৰ সন্থাৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল দেউৰীয়ে। ইয়াৰ পিছতে অজয় দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটো উদ্বোধন কৰে সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উপদেষ্টা ভাস্কৰ দেউৰীয়ে। হাইস্কুলত শেষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৮ গৰাকী আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ ৯ গৰাকী ছাত্ৰ ছাত্ৰীকে ধৰি মুঠ ২৭ গৰাকীক গামোচা আৰু মান পুত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আনুষ্ঠানত কদমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শিৱ কুমাৰ দেউৰী , দেউৰী সাহিত্য সভাৰ প্ৰধান সম্পাদক কিৰণ বন দেউৰী , সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি নিয়েই দেউৰী , সম্পাদক তপন দেউৰী ,পৰিষদৰ কাৰ্যবাহী সদস্য ধৰ্মেন্দ দেউৰী, দেউৰী সাহিত্য সভাৰ কাৰ্যবাহী সদস্য বিজয় বৰদেউৰী আদি কে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कहाणी एका ओळीची.. निमगाव म्हाळुंगीच्या लृप्त इतिहासाची
कहाणी एका ओळीची.. निमगाव म्हाळुंगीच्या लृप्त इतिहासाची
नमस्कार मी युवा साहित्यिक आकाश हरिभाऊ...
કોઠા વિસોત્રી ગામે જુગાર રમી રહેલા 7 શખ્સો ઝડપાયા
કોઠા વિસોત્રી ગામે જુગાર રમી રહેલા 7 શખ્સો ઝડપાયા
પાટણ : ઘુડખર અભયારણ્યમાં ફેક્ટરીઓના રસ્તા બનાવાતાં વન્ય જીવોને જોખમ | SatyaNirbhay News Channel
પાટણ : ઘુડખર અભયારણ્યમાં ફેક્ટરીઓના રસ્તા બનાવાતાં વન્ય જીવોને જોખમ | SatyaNirbhay News Channel
આ રાજ્યમાં ભાજપને મોટો ફટકો, 6500 કાર્યકરો સાથે મોટા નેતાએ છોડી દીધી પાર્ટી
ત્રિપુરામાં સત્તારૂઢ ભાજપને મોટો ઝટકો લાગ્યો છે. ટોચના આદિવાસી નેતા હંગશા કુમાર મંગળવારે મુખ્ય...