আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা " কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বৃহস্পতিবাৰে বেজেৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰপৰা এক সজাগতামূলক পদযাত্ৰা উলিওৱা হয় ৷ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাৰ নেতৃত্বত উন্নয়ন খণ্ডটোৰ বিষয়া-কৰ্মচাৰী,পঞ্চায়ত প্ৰতিনিধি আৰু গাঁও প্ৰধান সকলে হাতে হাতে ত্ৰিৰংগা লৈ অংশগ্ৰহণ কৰে এই বিশাল পদযাত্ৰাত ৷ উক্ত পদযাত্ৰা মুকলি কৰে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কিৰণ কাকতিয়ে ৷ পদযাত্ৰা মুকলিৰ পূৰ্বে ৰাজ্য-দেশ তথা বিশ্বৰ বৰ্ধিত প্ৰদূষণ ৰোধৰ বাবে এলানি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rakesh Tikait महिला किसान महापंचायत में शामिल हुए, कहा 'MSP पर बड़ा संघर्ष करना पड़ेगा' | Aaj Tak
Rakesh Tikait महिला किसान महापंचायत में शामिल हुए, कहा 'MSP पर बड़ा संघर्ष करना पड़ेगा' | Aaj Tak
કેન્દ્રીય મંત્રીમંડળે પ્રધાનમંત્રી ગતિ શક્તિ માળખાનાં અમલીકરણ માટે રેલવેની જમીનને લાંબા ગાળાના ભાડાપટ્ટા પર આપવા અંગેની નીતિને મંજૂરી.
કાર્ગો સંબંધિત પ્રવૃત્તિઓ, સરકારી ઉપયોગિતાઓ અને રેલવેનાં વિશિષ્ટ ઉપયોગ
આગામી પાંચ વર્ષમાં 300...
Jammu Kashmir में खिलेगा ‘कमल का फूल’, BJP के फायर ब्रांड नेता ने किया दावा
जम्मू-कश्मीर विधानसभा चुनाव को लेकर नेताओं के बीच आरोप-प्रत्यारोप का दौर शुरू है। सभी दलों के...