আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা " কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বৃহস্পতিবাৰে বেজেৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰপৰা এক সজাগতামূলক পদযাত্ৰা উলিওৱা হয় ৷ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাৰ নেতৃত্বত উন্নয়ন খণ্ডটোৰ বিষয়া-কৰ্মচাৰী,পঞ্চায়ত প্ৰতিনিধি আৰু গাঁও প্ৰধান সকলে হাতে হাতে ত্ৰিৰংগা লৈ অংশগ্ৰহণ কৰে এই বিশাল পদযাত্ৰাত ৷ উক্ত পদযাত্ৰা মুকলি কৰে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কিৰণ কাকতিয়ে ৷ পদযাত্ৰা মুকলিৰ পূৰ্বে ৰাজ্য-দেশ তথা বিশ্বৰ বৰ্ধিত প্ৰদূষণ ৰোধৰ বাবে এলানি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मायावती बोलीं- भाजपा-कांग्रेस एक थाली के चट्टे-बट्टे:दलितों को बांटने की साजिश; अखिलेश का सरकार पर निशाना, कहा-उप्र पुलिस का हाल-बेहाल
यूपी उपचुनाव की सरगर्मी तेज हो गई। बसपा प्रमुख मायावती ने कहा-भाजपा-कांग्रेस एक ही थाली के...
17 प्रकरणों में जब्त 11 क्विंटल 13 किलो डोडा पोस्त को जलाकर किया निस्तारण
जिले के विभिन्न पुलिस थानों में एनडीपीएस एक्ट के तहत जब्त मादक पदार्थो का न्यायालय के आदेशानुसार...
Slug-Dergaon Bjp Sc Marchadate09/9/2022storyদেৰগাঁৱৰ নেঘেৰিটিংত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক
Slug-Dergaon Bjp Sc Marcha
date-09/9/2022
story-দেৰগাঁৱৰ নেঘেৰিটিংত বিজেপিৰ অনুসূচিত...
শিৱসাগৰ জিলা পৰিষদৰ কাৰ্য্যালয়ত জিলা প্ৰশাসনৰ সহযোগত মেণ্টেল হেল্থকেয়াৰ এক্ট ২০১৭ আৰু এন ডিপিএছ এক্ট সন্দৰ্ভত প্ৰশিক্ষণ।
শিৱসাগৰ জিলা স্বাস্থ্যবিভাগৰ তৰফৰ পৰা সদৰি কৰা মতেজিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ উদ্যোগত...