বৰ্ষ ১৯৬৪ চনত স্থাপিত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই শিক্ষা ৰ ক্ষেত্ৰত অবদান বাবে EIIM Kolkataৰ NE leadership award লৈ ৰহা মহাবিদ্যালয় ৰ লগতে সমগ্ৰ ৰহালৈ গৌৰৱ কঢিয়াই আনিলে।

      ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাক তেওঁ ৰ দ্বাৰা শিক্ষা ৰ ক্ষেত্ৰত দিয়া অবদানৰ বাবে আজি গুৱাহাটী তাজ বিভান্টাত অনুষ্ঠিত হোবা গাম্ভিৰ্যপুৰ্ন বঁটা বিতৰনী অনুষ্ঠানত EIIM Kolkata ৰ দ্বাৰা NE leadership award প্ৰদান কৰে।

   আজি সন্ধ্যা বঁটা গ্ৰহন কৰি গুৱাহাটী ৰ পৰা ৰহা মহাবিদ্যালয় ত উপস্থিত হোবাৰ পাচত ৰহা মহাবিদ্যালয় ৰ অধ্যাপক, অধ্যাপিকা সকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপদেষ্টা মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ এক প্ৰতিনিধি দল উপস্থিত হৈ ড° বেদ কুমাৰ চলিহাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।