পবিত্ৰ ৰক্ষাবন্ধন উপলক্ষে নাহৰকটীয়াত ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত *আৰক্ষী স্নেহ যাত্ৰা* কাৰ্যসূচী ৰূপায়ণ । নাহৰকটীয়া আৰক্ষী আৰু চাচনী আৰক্ষীৰ বিষয়া জোৱানসকলক ৰাখি পিন্ধাই "আৰক্ষী স্নেহ যাত্ৰাৰ" সফল ৰূপায়ন কৰা হয়।
পবিত্ৰ ৰক্ষাবন্ধন উপলক্ষে নাহৰকটীয়াত ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত "আৰক্ষী স্নেহ যাত্ৰা" কাৰ্যসূচী পালন।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_502130315676697ca547365ec78fcc7d.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)