১৫টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক শুদ্ধ অসমীয়া  গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগীয়ে ১১বৰ্ষ উপলক্ষে গ্ৰাহক,ৰাজ্যৰ মেকআপ আৰ্টিষ্ট সকললৈ লৈ আহিছে বিশেষ অফাৰ আৰু উপহাৰ।

       ডুগডুগী ৰ স্বতাধিকাৰী তথা যুৱ কবি,লেখক,সমাজকৰ্মী উৎপল বনিয়াই জানি দিয়ে যে ডুগডুগী ৰ গৌৰৱপূৰ্ন ১১বৰ্ষ উপলক্ষে অহা ২৮ ফেব্ৰুৱাৰী ৰ পৰা ২৫মাৰ্চলৈকে যিসকল গ্ৰাহকে অতি কমেও ৩০০০ টকা মুল্যৰ যিকোনো এটা অসমীয়া গহনা ক্ৰয় কৰিব আৰু উপহাৰ কুপনৰ জৰিয়তে কেছবেক পলিচি দৰে এক ব্যক্তিক্ৰমী পদক্ষেপ হাতত লৈছে।

   লগতে তেওঁলোকৰ মাজৰ পৰা ১২গৰাকী গ্ৰাহকক এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ গ্ৰাহক ৰুপে বাছনি কৰি ডুগডুগী ৰ ফালৰ পৰা বিশেষ অসমীয়া গহনা উপহাৰ ৰুপে আগবঢ়াব।

   লগতে উৎপল বনিয়াই জানিব দিয়ে যে ন পুৰনি ৰাজ্যৰ সমূহ মেকআপ আৰ্টিষ্ট সকলক বিশেষ অফাৰ হিচাপে ৫বছৰিয়া ২৫শতাংশ ৰেহাই ডিচকাউন্ট কুপন আৰু ডুগডুগী ক ১১বৰ্ষ উপলক্ষে অহা ১৬ এপ্ৰিলত বিশেষ উপহাৰ প্ৰদান কৰিব।

      গ্ৰাহক সকল এই সুবিধা সমূহ নগাঁও, মৰিগাঁও, গুবাহাটি, যোৰহাট,ডিব্ৰুগড়, লক্ষীমপুৰ, তেজপুৰ শাখাত গ্ৰহন কৰিব পৰা লগতে অনলাইন যোগে অথবা www.dugdugi.in ৱেবছাইট যোগেদিও গ্ৰাহকসকলে সেবাৰ লাভ উঠাব পাৰে।