আজি মঙ্গলবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত কেবিনেট মন্ত্ৰীৰ বাসগৃহৰ কাৰ্য্যালয়ত মাহমৰা সমষ্টিৰ দুগৰাকী সকিয় কংগেছ নেতাই বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।যোগদান কৰা নেতা দুগৰাকী হৈছে মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ পশ্চিম ব্লকৰ সহকাৰী সম্পাদক ভাস্কৰ চেতিয়া, আৰু অভয়পুৰ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক চানু আলি।দুয়োক দলীয় টুপী আৰু অংগ বস্ত্ৰৰে উষ্ম আদৰণি জনায় কেবিনেট মন্ত্ৰী যোগেন মহন আৰু চৰাইদেউ জিলাৰ বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাট কৃষি বিভাগৰ কাৰ্য্যালয়ত দুৰ্নীতিৰ অভিযোগ ভিত্তিক তদন্ত কৰিবলৈ অহা দলটোৱে জিলা
গোলাঘাট কৃষি বিভাগৰ কাৰ্য্যালয়ত দুৰ্নীতিৰ অভিযোগ ভিত্তিক তদন্ত কৰিবলৈ অহা দলটোৱে জিলা
ছিপাঝাৰৰ হালধাত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন
দৰংৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হালধা অঞ্চলৰ বহু দিনীয়া দাবীৰ প্ৰতি সহাৰি জনাই উপ...
અમરેલી રાજકમલ ચોકમા ઘારા સભ્ય પરેશ ઘાનાણી ની ઉપસ્થિતિમાં તીરંગા વિતરણ કરાયા
અમરેલી રાજકમલ ચોકમા ઘારા સભ્ય પરેશ ઘાનાણી ની ઉપસ્થિતિમાં તીરંગા વિતરણ કરાયા