সোমবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অতিৰিক্ত আয়ুক্ত গীতালি দুৱৰাৰ সভাপতিত্বত বিয়লিলৈকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত জিলা স্বাস্থ্যবিভাগৰ স্বাস্থ্যসমিতিৰ জিলা ভিত্তিক বিশেষ পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে স্বাস্যবিভাগৰ যুটীয়া স্বাস্থ্যসঞ্চালক ডাঃ ভূপেন্দ্ৰ কুমাৰ দাস লগতে স্বাস্থ্যবিভাগৰ বহু কেইগৰাকী বিষয়া কৰ্মচাৰী।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं