সত্ৰীয়া নৃত্য শব্দটো সত্ৰৰ পৰাই আহিছে । বিশেষ ভাৱে সংগীত-নাটক একাডেমিয়ে ভাৰতীয় শাস্ত্রীয় নৃত্যৰূপে স্বীকৃতি দিয়া ভাৰতৰ ৮ বিধ নৃত্যশৈলীৰ ভিতৰত সত্ৰীয়া নৃত্য হৈছে অন্যতম এবিধ । ২০০০ চনৰ ১৫ নৱেম্বৰত সংগীত-নাটক একাডেমিয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ এক অন্যতম শাস্ত্রীয় নৃত্যৰূপে স্বীকৃতি প্ৰদান কৰিছিল । ঊনবিংশ শতিকাৰ পৰা বৈষ্ণব সত্ৰ সমুহৰ পৰা এই সত্ৰীয়া নৃত্যক আধুনিক মঞ্চলৈ অনা হয় । আগতে এই নৃত্য সত্ৰ সমুহত পৰম্পৰাগতভাৱে ভকত সমুহৰ মাজত হে আবদ্ধ আছিল কিন্তু মঞ্চলৈ অহা পাছলৈ পুৰুষ , মহিলা সকলোৱে এই নৃত্য পৰিবেশন কৰিবলৈ ধৰে । আগতে অসমৰ সত্ৰ সমুহতহে প্ৰধানকৈ এই নৃত্যৰ চৰ্চা বা অনুশীলন হৈছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিস্থা কৰা সত্ৰ সমুহৰ পৰাই প্ৰধানকৈ এই নৃত্য জনাজাত হৈছে । তাৰ উদাহৰণ মাজুলী ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सांगोद में मोहर्रम पर तीन अलग-अलग स्थानों से निकला ताजियों का जुलूस
सांगोद, कोटा इमाम हुसैन, हसन एवं करबला के युद्ध की याद में बुधवार को यहां ताजियों का जुलूस निकाला...
બનાસકાંઠામાં આગાહીના પગલે તંત્ર એલર્ટ બન્યું
દરિયાકાંઠાના વિસ્તારો સહિત ઉત્તર ગુજરાત પર હાલ બિપરજોય વાવાઝોડાનું સંકટ તોળાઇ રહ્યું છે. આ...
ছেমি ফাইনেলত প্ৰেৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ
কমনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰ হিটছত প্ৰথম স্থানত হিমা দাস । ছেমি ফাইনেলত প্ৰেৱেশ ধিং এক্সপ্ৰেছ...
76th Independence Day celebrations in Dhakuakhana
The country's 76th Independence Day is being celebrated across the state. Dhakuakhana is no...