সত্ৰীয়া নৃত্য শব্দটো সত্ৰৰ পৰাই আহিছে । বিশেষ ভাৱে সংগীত-নাটক একাডেমিয়ে ভাৰতীয় শাস্ত্রীয় নৃত্যৰূপে স্বীকৃতি দিয়া ভাৰতৰ ৮ বিধ নৃত্যশৈলীৰ ভিতৰত সত্ৰীয়া নৃত্য হৈছে অন্যতম এবিধ । ২০০০ চনৰ ১৫ নৱেম্বৰত সংগীত-নাটক একাডেমিয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ এক অন্যতম শাস্ত্রীয় নৃত্যৰূপে স্বীকৃতি প্ৰদান কৰিছিল । ঊনবিংশ শতিকাৰ পৰা বৈষ্ণব সত্ৰ সমুহৰ পৰা এই সত্ৰীয়া নৃত্যক আধুনিক মঞ্চলৈ অনা হয় । আগতে এই নৃত্য সত্ৰ সমুহত পৰম্পৰাগতভাৱে ভকত সমুহৰ মাজত হে আবদ্ধ আছিল কিন্তু মঞ্চলৈ অহা পাছলৈ পুৰুষ , মহিলা সকলোৱে এই নৃত্য পৰিবেশন কৰিবলৈ ধৰে । আগতে অসমৰ সত্ৰ সমুহতহে প্ৰধানকৈ এই নৃত্যৰ চৰ্চা বা অনুশীলন হৈছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিস্থা কৰা সত্ৰ সমুহৰ পৰাই প্ৰধানকৈ এই নৃত্য জনাজাত হৈছে । তাৰ উদাহৰণ মাজুলী ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજના જામપુરા નજીક નર્મદા કેનાલમાં યુવતીએ આપઘાત કરતાં ચકચાર
કાંકરેજ તાલુકાના જામપુર પાસેની નર્મદા કેનાલમાં બુધવારે રાધનપુર તાલુકાના ડામરકા ગામની યુવતીએ છલાંગ...
पाचोडच्या बुलढाणा अर्बन बँकेकडून मयतांच्या वारसदारांना विमा वाटप
पाचोडच्या बुलढाणा अर्बन बँकेकडून मयतांच्या वारसदारांना विमा वाटप..
पाचोड (विजय चिडे) बुलढाणा...
Israel Hamas War: ग़ज़ा की जंग पिछली लड़ाइयों से अलग कैसे, युद्ध विराम क्यों नहीं? (BBC Hindi)
Israel Hamas War: ग़ज़ा की जंग पिछली लड़ाइयों से अलग कैसे, युद्ध विराम क्यों नहीं? (BBC Hindi)
Sheopur News: विजयपुर जा रहे बाइक सवारों को लोडिंग वाहन ने मारी टक्कर, एक युवक की मौत, पत्नी व जीजा गंभीर घायल
Sheopur News: विजयपुर जा रहे बाइक सवारों को लोडिंग वाहन ने मारी टक्कर, एक युवक की मौत, पत्नी व...