দৰং আৰক্ষীৰ বিশেষ সফলতা।গোপন সূত্ৰৰ আধাৰত গ্ৰেপ্তাৰ 5 জন ডকাইত।

দৰং আৰক্ষীৰ বিশেষ সফলতা।

গোপন সূত্ৰৰ আধাৰত গ্ৰেপ্তাৰ 5 জন ডকাইত।

Army লিখা বিলাসী গাড়ীলৈ ওলাইছিল ডকাইতি কৰিব।

কিন্তু সফল নহল ডকাইত কেইজন।

As 11 ম 6777 নম্বৰৰ i20 বাহন খন আৰক্ষীয়ে জব্দ কৰিছে।

গাড়ীৰ ভিতৰত এডাল প্লাছ, দেগাৰ, তাৰপলিন আৰু নগদ ধন পাইছে।

মঙ্গলদৈৰ নিকট বৰ্তি মেনাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে গাড়ী সৈতে চোৰ কেইজনক।

এই ডকাইতৰ দলটীয়ে পথ ডকাইতি, গৰু চুৰীকে ধৰি অসমাজিক কামত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

নাম সমূহ ফুলুদ্দিন, জামলুদ্দিন, দৰবেজ আলি, চোনহৰ আলি, জইনাল আবেদিন। তাই কেইজন খাৰুপেটীয়া অঞ্চলৰ গভাইত চোৰ।

এই দলত আৰু অধিক সদস্য থাকিব পাৰে বুলি আৰক্ষীৰ অনুসন্ধান জাৰি ৰাখিছে।