গোৱাত আঠ ফেব্ৰুৱাৰীৰ পৰা তেৰ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ খেল প্ৰতিযোগিতাত যোগাসনত সোণৰ পদক।অৰ্জন কৰিলে মৰাণৰ প্ৰিয়ম্বদা গগৈয়ে। প্ৰিয়ম্বদা গগৈয়ে প্ৰতিযোগিতাত ৩৫বছৰ উৰ্ধৰ শাখাত দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে।প্ৰিয়ম্বদা গগৈ অৱসৰ প্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাঃ অৰূপ গগৈৰ কণ্যা আৰু মৰাণ লাচিত নগৰ নিৱাসী নীলু মনিগগৈৰ পত্নী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઓનલાઇન ફોર્ડ કરતા ઇસમો ને સાયબર સાયબર ક્રાઇમ ઝડપી લીધો ?
ઓનલાઇન ફોર્ડ કરતા ઇસમો ને સાયબર સાયબર ક્રાઇમ ઝડપી લીધો ?
राजस्थान के 16 जिलों में आज बारिश का अलर्ट:रात का तापमान कम होने लगा,
राजस्थान के 16 जिलों में आज बारिश का अलर्ट है। इन जिलों में हल्की बारिश या बूंदाबांदी होने की...
ડીસા APMCના હોદ્દેદારોની વરણી
ડીસા APMCના હોદ્દેદારોની વરણી
Chandrayaan-3 moon mission nears launch.
India's ambitious moon mission Chandrayaan-3, the follow-up to the second lunar mission, is all...
Elementary and Secondary Education dept. will be merged as Department of School Education by GOVT OF ASSAM
Department of School Education