চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা ডোমৰ দলংত সাংসদ পুঁজিৰে নিৰ্মান হ'ব লগীয়া ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সাংসদ পুঁজিৰ পাচ লাখ টকাৰে নিৰ্মান হ'ব লগীয়া শৌচাগাৰ আৰু প্ৰস্ৰাৱ গাৰৰ শিলান্যাস কৰা হয় । সাংসদ আৰু বিধায়কৰ অনুপস্থিতিত অগপৰ মাহমৰা সমষ্টিৰ সমিতিৰ সভাপতি তথা তদাৰক কমিটিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াই ।এই অনুষ্ঠানত সৰ্বোদয় পঞ্চায়তৰ সভাপতি চন্দ্ৰ চুতীয়া , ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া , কৰ্মচাৰী বৃন্দ আৰু স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শ্ৰীমন্তশংকৰদেৱলৈ প্ৰণাম জনাই অৰবিন্দ কেজৰিৱালে অসমীয়া ভাষাত কৰিলে টুইট।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত জগত গুৰুজনালৈ জনালে শ্ৰদ্ধাঞ্জলি দিল্লীৰ মূখ্যমন্ত্ৰী...
ડીસા ભોયણ હાઇવે પર રીક્ષાએ ગુલાટી મારી, એક ઘાયલ...
ડીસા ભોયણ હાઇવે પર રીક્ષાએ ગુલાટી મારી, એક ઘાયલ...
જાફરાબાદના નવી જીકાદ્રી ગામે પાંચ વર્ષના બાળકને સિંહણે ફાડી ખાધુ
બેકીંગ, અમરેલી....
જાફરાબાદ....
જાફરાબાદના જીકાદ્રી ગામે નરભક્ષી સિંહણનો...
শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ স্থানীয় সাংবাদিক
শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ স্থানীয় সাংবাদিক