বিজেপিৰ বিৰুদ্ধে আছাৰy পষ্টাৰিং ।No ST, NO VOTE FOR BJP, NO LAND PATTA, NO VOTE FOR BJP, NO CAST Certificate NO VOTE FOR BJP., NO Rs-551..., আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক বৰ্জনৰ আহ্বান জনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেনাৰ পষ্টাৰ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰপায়ণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ "আছা"ই। মৰাণৰ বামুনবাৰী অঞ্চলৰ বিভিন্ন স্থানত এনেদৰেে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বামুনবাৰী আঞ্চলিক।আদিবাসী ছাত্ৰ সন্থাই। এই।কাৰ্যসূচীত "আছা" ৰ ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক , বামুনবাৰী আঞ্চলিক সমিতিৰ সহ সম্পাদক জুমন জজোৱাৰ, উপদেষ্টা বালাটুছ কুজুৰ আৰুকেইবাজনো আছাৰ কাৰ্যকৰ্তা উপস্থিত।থাকে।