বৃহস্পতিবাৰে দিনযোৰাকৈ চৰাইদেউ জিলাৰ মৰাণহাট নাট্যমন্দিৰত অনুষ্ঠিত কৰা বিজেপি দলৰ চৰাইদেউ জিলাৰ "গাঁও চল'" অভিযানৰ কৰ্মশালা বিয়লি সামৰণি পৰে। এই কৰ্মশালাত বিজেপি দলৰ ৰাজ্যিকসমিতিৰ উপ-সভাপতি জয়ন্ত দাস, চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা ,।জিলা উপসভাপতি ৰ'জ কমল মহনকে ধৰি গাঁও চলো অভিযানৰ সকলো প্ৰবাসী আৰু সংযোজকৰ দায়িত্বত থকা চৰাইদেউ জিলাৰ সমুহ বিষয় ববীয়া উপস্থিত থাকে।