আলফা(স্বাধীন)ৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা জিতু বড়া নামৰ বিজেপিৰ সদস্য জনক তাৎক্ষণিক ভাৱে দলৰ পৰা বহিস্কাৰ কৰা হৈছে ৷ চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা এই কথা যে জানিব দিছে।