দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন আৰু আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে ঘৰে ঘৰে পতাকা উত্তোলন কাৰ্যসুচী সফল কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ ৫০ টকাৰ মূৰ্ল্যত বাধ্যতামূলকভাৱে প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ৷ আত্মসহায়ক গোটৰ সদস্যাসকলে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবৰ বাবে লোৱা কাৰ্যসুচী অনুসৰি আজি নাৰায়ণপুৰত আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন সমুহৰ যোগেদি সংগঠনটোৰ অন্তৰ্গত প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যাক প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় পতাকাসমুহ ৷ পঞ্চাশ টকাৰ বিনিময়ত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা কাৰ্যত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে গৰিষ্ঠসংখ্যক সদস্যাৰ মাজত ৷ একোটা দৰিদ্ৰ পৰিয়ালৰ বাবে অভাৱ অনাটনৰ দিনকেইটাত ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিবলৈ ধনৰ অভাৱে সমস্যাত পেলাইছে গৰিষ্ঠসংখ্যক সদস্যাক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદ ખોડા ચેકપોસ્ટ નજીકથી પકડાયું મેકેડ્રોન (એમડી) ડ્રગ્સ@live24newsgujarat
થરાદ ખોડા ચેકપોસ્ટ નજીકથી પકડાયું મેકેડ્રોન (એમડી) ડ્રગ્સ@live24newsgujarat
जिले में मातृ, शिशु स्वास्थ्य एवं पोषण दिवस पर सीएमचओ ने किया सीधा संवाद
मातृ, शिशु स्वास्थ्य एवं पोषण दिवस पर गुरूवार को जिले में चिकित्सा संस्थानों पर टीकाकरण सत्रों का...
Oppo F27 Pro+ 5G: प्रीमियम फीचर्स और दमदार डिजाइन के साथ भारत में लॉन्च होगा नया फोन, खास होंगी खूबियां
Oppo अपने कस्टमर्स के लिए एक नया फोन लाने की तैयारी में है। इस फोन को आज यानी 13 जून को भारत में...
संतांच्या सहवासातुन व विचारातून माणूस प्रगल्भ होतो – ना. मुनगंटीवार
पुजनीय संत लहरीबाबा यांच्या जन्मशताब्दी सोहळयात प्रमुख अतिथी म्हणून उपस्थित...