দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন আৰু আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে ঘৰে ঘৰে পতাকা উত্তোলন কাৰ্যসুচী সফল কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ ৫০ টকাৰ মূৰ্ল্যত বাধ্যতামূলকভাৱে প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ৷ আত্মসহায়ক গোটৰ সদস্যাসকলে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবৰ বাবে লোৱা কাৰ্যসুচী অনুসৰি আজি নাৰায়ণপুৰত আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন সমুহৰ যোগেদি সংগঠনটোৰ অন্তৰ্গত প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যাক প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় পতাকাসমুহ ৷ পঞ্চাশ টকাৰ বিনিময়ত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা কাৰ্যত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে গৰিষ্ঠসংখ্যক সদস্যাৰ মাজত ৷ একোটা দৰিদ্ৰ পৰিয়ালৰ বাবে অভাৱ অনাটনৰ দিনকেইটাত ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিবলৈ ধনৰ অভাৱে সমস্যাত পেলাইছে গৰিষ্ঠসংখ্যক সদস্যাক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कृषी उत्पन्न बाजार समिती यार्डात पाडव्याच्या मुहूर्तानिमित्त बोलीद्वारेशेतकऱ्यांच्या मालाचे बाजारभाव
कृषी उत्पन्न बाजार समिती यार्डात पाडव्याच्या मुहूर्तानिमित्त बोलीद्वारेशेतकऱ्यांच्या मालाचे बाजारभाव
भाजपा नेता भरत शर्मा द्वारा लोकसभा अध्यक्ष के स्वागत ने बूंदी की जनता पर छोड़ी छाप
लोकसभा में माननीय ओम बिरला दोबारा लोकसभा अध्यक्ष निर्वाचित होने के बाद बूंदी में प्रथम बार आगमन...
चित्तोड़गढ़ चोरी के प्रकरण मे फरार वांछित आरोपी गिरफ्तार टॉप टेन मे था चयनित आरोपी
चित्तौड़गढ़, 17 अगस्त। थाना बस्सी के टॉप टेन वांछित अपराधी की सूची में चयनित चोरी के मामले में फरार...
हिंदुहृदयसम्राट बाळासाहेब ठाकरे तारांगणाचे मुख्यमंत्री एकनाथ शिंदे यांच्याहस्ते लोकार्पण
*हिंदूहृदयसम्राट बाळासाहेब ठाकरे तारांगणाचे मुख्यमंत्री एकनाथ शिंदे यांच्या हस्ते लोकार्पण*...