চৰাইদেউ।জিলাৰ লাকুৱা চলাপথাৰ গাৱঁত অনুষ্ঠিত হ'ব লগা তিনি দিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে ৩ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা পয় লেং উৎসৱ উদ্যাপন সম্পৰ্কে মঙ্গলবাৰে নিশা উদ্যাপন সমিতিৰ সৈতে মতবিনিময় কৰে। অহা ৩ফেব্ৰুৱাৰীৰ পৰা লাকুৱাৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাৱঁত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা পয় লেং উৎসৱৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। উক্ত আলোচনাত সহযোগ কৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা দিলীপ কোঁৱৰৰ লগতে বহুকইগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে।
চলাপথাৰ শ্যাম গাঁৱত ৩ফেব্ৰুৱাৰীৰ পৰা হ'ব লগা পয় লেং উদ্যাপন প্ৰস্তুতিৰ সম্পৰ্কে বুজ লয় সাংসদ তপন কুমাৰ গগৈয়ে।
