মঙলদৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

মঙলদৈৰ তেলিপাৰা পাৰাৰ বাসব বৰুৱা বৰুৱা নগৰত ৰাষ্টাৰ দাঁতিতে পৰি থকা অবস্থাত উদ্ধাৰ এই মৃতদেহ।

স্হানীয় লোকে মৃতদেহ টো পতক্ষ কৰি আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মৃতদেহ টি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে। এতিয়ালৈকে আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই মৃতদেহ টি