গুৱাাটীৰ বশিষ্ঠত গ্ৰেপ্তাৰ ড্ৰাগছ সহ দুই পেদলাৰ। বশিষ্ঠৰ নবোদয় নগৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই পেদলাৰক। মেঘালয়ৰ পিলিংকাটাৰ দুৰ্গম অঞ্চলত অভিযান চলাইছিল বশিষ্ঠ আৰক্ষীয়ে। দুই পেদলাৰ ক্ৰমে চাদ্দাম আৰু বাবৰ। আৰক্ষীয়ে দুই ড্ৰাগছ পেদলাৰ পৰা জব্দ কৰে দুই পেকেট ড্ৰাগছসহ ৬টাকৈ মোবাইল ফোন। মেঘালয়ৰ দুৰ্গম অঞ্চলত চাদ্দাম আৰু বাবৰে দীৰ্ঘদিনৰ পৰাই চলাইছিল ড্ৰাগছ বেহা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel- Hamas War Update: जंग के बीच में फंसे भारतीयों के 'संकट मोचक' बने PM Modi..देखें तस्वीरें
Israel- Hamas War Update: जंग के बीच में फंसे भारतीयों के 'संकट मोचक' बने PM Modi..देखें तस्वीरें
કોરોના બાદ ભાવનગર માં હવે સ્વાઈન ફ્લુનો કહેર
કોરોના બાદ ભાવનગર માં હવે સ્વાઈન ફ્લુનો કહેર
Ratan Tata Death News: केंद्रीय गृह मंत्री Amit Shah ने रतन टाटा को दी अंतिम श्रद्धांजलि | Aaj Tak
Ratan Tata Death News: केंद्रीय गृह मंत्री Amit Shah ने रतन टाटा को दी अंतिम श्रद्धांजलि | Aaj Tak