মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধা।আৰক্ষীয়ে ৰাজীৱ ভৱনতেই আবদ্ধ কৰিলে কংগ্ৰেছ কৰ্মীক।ছোনীয়া গান্ধীলৈ ED চমনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছিল দৰং জিলা কংগ্ৰেছে।প্ৰশাসনৰ অনুমতি অবিহনে সাব্যস্ত কৰিছিল প্ৰতিবাদ।প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন সংসদ মাধৱ ৰাজবংশী, জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, জিলা কংগ্ৰেছৰ সম্পাদক কন্দৰ্প কলিতা, মঙলদৈ টাউন মণ্ডলৰ সভাপতি ৰাকেশ বৰুৱা সহ বহু কেইগৰাকী নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । নেশ্যনেল হেৰাল্ড পেপাৰৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক এনৰ্ফোচমেন্ত ডিৰেক্তৰে সোধপোচ কৰাৰ প্ৰতিবাদত হৈছিল এই প্ৰতিবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रियान हजारिका ने नेपाल में अनुष्टित रॉलर स्केटिंग में दो स्वर्ण पदक हासिल कर बढाया रोहा का गौरव
रोहा नतुनचारिआली निवासी तथा वरिष्ठ नागरिक खिरोद हाजरिका के पौत्र तथा असोक कुमार हाजरिका और सोनाली...
বাৰপূজীয়াত প্ৰাক্তন সৈনিক সংঘৰ ৭৬সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন।
ৰহা সমীপবৰ্তী বাৰপূজীয়াত বাৰপূজীয়া আঞ্চলিক প্ৰাক্তন সৈনিক সংঘৰ সৌজন্যত বাৰপূজীয়া ডাকঘৰৰ সন্মুখত...
Kiska Hoga Rajtilak: Jaipur में किसका जोर, किसका शोर? | Anjana Om Kashyap | Rajasthan Election 2023
Kiska Hoga Rajtilak: Jaipur में किसका जोर, किसका शोर? | Anjana Om Kashyap | Rajasthan Election 2023
દિયોદર :- હોળી,,ધુળેટી.. ,,ક્યારે રહશે રજા..
દિયોદર :- હોળી,,ધુળેટી.. ,,ક્યારે રહશે રજા..
સુરત BRTS બસો ના હાલ બેહાલ થયા- સીટી બસોમાં પાણીની રેલમ છેલના દ્રશ્યો સામે આવ્યા...| Trishul News
સુરત BRTS બસો ના હાલ બેહાલ થયા- સીટી બસોમાં પાણીની રેલમ છેલના દ્રશ્યો સામે આવ્યા...| Trishul News