তামুলপুৰ উপ পঞ্জীয়কৰ কাৰ্যলয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷

কাৰ্যালয়টোত উৎকুচ লৈ থকা সময়তে বাগোপীনাথ দাস নামৰ এগৰাকী কৰ্মচাৰীক হাতেলোটে আটক ৷

বিবাহ পঞ্জীয়নৰ কামত উৎকোচ লৈ থকা সময়তে 
হাতেলোটে আটক কৰে অভিযান কাৰী দলটোৱে৷এই পৰ্যন্ত উপ পঞ্জীয়কৰ কাৰ্যলয়ৰ ভিতৰত তদন্ত অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে।