২০০২ চনতে প্ৰতিষ্ঠা লাভ কৰি প্ৰায় ২১ টা বসন্ত অতিক্ৰম কৰা প্ৰেছ গীল্ড ঢকুৱাখনাই বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষটো বিভিন্ন বাতৰিকাকত আৰু বৈদ্যুতিক সংবাদগোষ্ঠীৰ হৈ নিস্বাৰ্থ ভাবে বিভিন্ন অঞ্চলৰ পৰা জনদায়বদ্ধ সংবাদসেৱা আগবঢ়াই অহা সাংবাদিকসকলৰ নেতৃত্ববাহী ঢকুৱাখনাৰ সংবাদসেৱীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সাধাৰণ সভাখন আজি সম্পন্ন হৈ যায়। ঢকুৱাখনা নগৰস্থিত গীল্ডৰ কাৰ্যালয়ত প্রেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি আলোক চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাজীৱ বৰুৱাই। গীল্ডৰ সকলো সদস্য উপস্থিত থকা সভাত পুৰণি সমিতিখনে পদত্যাগ কৰাৰ পিছত সভাত সর্বসম্মতিক্রমে তুলন দত্তক সভাপতি আৰু পুলকজ্যোতি বৰাক সম্পাদক হিচাপে লৈ প্ৰেছ গীল্ড, ঢকুৱাখনাৰ নতুন সমিতিখন গঠন কৰা হয়। ১৩জনীয়া সদস্যৰে দুবছৰীয়া কার্যকালৰ বাবে গঠিত হোৱা প্রেছ গীল্ড, ঢকুৱাখনাৰ নতুন সমিতিখনত দুলেন চমুৱা আৰু আলোক চমুৱাক উপদেষ্টা, বিপুল গগৈক কাৰ্যকৰী সভাপতি, ৰাজীৱ বৰুৱাক উপ- সভাপতি, পাপু বৰুৱাক সহকাৰী সম্পাদক, অৰুণ চমুৱাক কাৰ্যালয় সম্পাদক আৰু জিতু দত্তক কোষাধ্যক্ষ হিচাপে লৈ ২০২৪-২০২৬ বৰ্ষৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা লগতে নতুন সমিতিখনে অনাগত দুটা বছৰ প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সকে নিস্বাৰ্থ ভাবে কাম-কাৰাৰ প্ৰতিশ্ৰুতিৰে গীল্ডৰ দীৰ্ঘায়ু কামনা কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
असम सूतीया युवा सन्मिलन के 76वर्षीय महारजत जयंती ।
रोहा में झंडारोहन के साथ तिन दिवसीय
संस्कृतिक युवा महोत्सव का शुभारंभ ।
आयोजित हुई देवकुबेर पुजा।
असम सूतीया युवा सन्मिलन के 76वां महारजत जयंती के उपलक्ष में आज से रोहा में तिन दिवसीय विस्तृत...
বৰহাটৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী হালোৱা অঞ্চলত অৰুণাচলী আগ্ৰাসনত ৰাইজৰ প্ৰতিক্ৰিয়া
বৰহাটৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী হালোৱা অঞ্চলত অৰুণাচলী আগ্ৰাসনত ৰাইজৰ প্ৰতিক্ৰিয়া
...
એઇમ્સ નિર્માણમાં હવે કોઇ અડચણો? ગુરૂવારે રિવ્યુ બેઠક લેશે કલેક્ટર
રાજકોટની ભાગોળે પરાપીપળીયા ખાતે વડાપ્રધાનના ડ્રીમ પ્રોજેક્ટ એવા એઇમ્સનું નિર્માણ કાર્ય...
प्रभारी मंत्री कुमावत ने किया वंदे गंगा जल संरक्षण-जन अभियान का शुभारंभ। जसदेर धाम बाड़मेर में आयोजित हुआ जिला स्तरीय कार्यक्रम
बाड़मेर, 5 जून। पशुपालन, गोपालन एवं देवस्थान मंत्री तथा बाड़मेर जिले के प्रभारी मंत्री श्री...