বুধবাৰে চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলাৰ বিষয় ববীয়া আৰু ছটামণ্ডলৰ বিষয় ববীয়াৰ সৈতে সাংগাঠনিক আলোচনাত মিলিত হয় ভাৰতীয় জনতা যুৱ ম ৰ্চাৰ চৰাইদেউ জিলাৰ সভাপতি ৰূপম গগৈ। আগন্তুক দিনৰ দলীয় কায্যসূচীৰ ওপৰত বিশদভাৱে আলোচনা হয়। এই আলোচনাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ছটা মণ্ডলৰ বিষয় ববীয়া আৰু।কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
চৰাইদেউত বিজেপিৰ জিলাৰ মুখ্য কাৰ্য্যালয়ত সাংগাঠনিক আলোচনাত মিলিত হয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈ।
