দেশৰ ৭৫ সংখ্যক স্বাধীন দিৱস উপলক্ষে আজি ঢুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত পুৱা আজাদী কা অমৃত মহোত্সৱ উপলক্ষ্যত প্ৰভাত ফেৰী অনুষ্ঠান হয় । এই উপলক্ষে ৪৩৭ নং ঢুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিৰতদ্দিন আহমেদে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধা সকলক স্মৰণ কৰাৰ লগতে দেশক কেনেদৰে ভালপাই বীৰ যোদ্ধা সকলে প্ৰাণ আহুতি দিলে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট, শিক্ষক-শিক্ষয়িত্ৰী সকলে ঢুলীয়া পাৰ অঞ্চলৰ লগত চুবুৰীয়া গাঁও মৌপুৰীয়া অঞ্চললৈ শোভাযাত্ৰা কৰে । হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দেশ প্ৰেম মূলক গীত জুৰি শোভাযাত্ৰাত অংশ লোৱা ছাত্ৰ-ছাত্ৰী সকলে দেশ প্ৰেম মূলক শ্লগান দি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদীকা অমৃত মহোত্সৱ সফল কৰি তোলে। ইয়াৰ উপৰিও বিদ্যালয়ে আয়োজন কৰা স্বাধীনতা দিৱসক বিষয় ৰূপে লৈ চিত্ৰাঙ্কন প্ৰতিযোগিতাও অনুষ্ঠানত কৰে। লগতে পুৱাৰ প্ৰাতঃ সভাত স্বাধীনতা দিৱসৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলে বক্তব্য প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Botad : પોલીસ પર કરાયા ગંભીર આક્ષેપ | MantavyaNews
Botad : પોલીસ પર કરાયા ગંભીર આક્ષેપ | MantavyaNews
बारिश खत्म होते ही सड़कों की मरम्मत होगी, सहकारिता मंत्री ने बजट घोषणाओं पर भी काम करने के निर्देश दिए
कोटा जिले के प्रभारी एवं सहकारिता मंत्री गौतम कुमार दक ने कहा कि मानसून सीजन खत्म होने के साथ ही...
भाजपचे माजी जिल्हाध्यक्ष देशमुख यांना न्यायालयाच्या दणका
लग्नाचे आमिष दाखवून महिलेवर अत्याचार केल्याच्या आरोपात भाजपचे माजी जिल्हाध्यक्ष श्रीकांत देशमुख...
Loksabha Election 2024: CM Arvind Kejriwal ने BJP पर साधा निशाना, कहा- इन्हें आपका VOTE नहीं चाहिए..
Loksabha Election 2024: CM Arvind Kejriwal ने BJP पर साधा निशाना, कहा- इन्हें आपका VOTE नहीं चाहिए..