দেওবাৰে ডিব্ৰুগড় জিলাৰ লেঙেৰী চাংমাই গাঁৱত কুশ চাংমাই পাথমিক বিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত বিধায়ক।চক্ৰধৰ গগৈয়ে অংশ গ্ৰহন কৰে। উল্লেখনীয় যে অনুষ্ঠানত উদ্যোক্তা সকলৰ লগতে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক, অভিভাৱক আৰু স্থানীয় গণ্য-মান্যলোক উপস্থিত থাকে।উল্লেখযোগ্য যে এইখন বিদ্যালয়তে বিধায়ক চক্ৰধৰ গগৈয়ে।প্ৰাথমিক শিক্ষা গ্ৰহন কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজি গোৰখালি নেপালী গাওঁত লাইপুলিয়ানদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰিবলৈ গাওঁ ৰাইজৰ পূজা অৰ্চনা সম্পন্ন
ধেমাজি গোৰখালি নেপালী গাওঁত লাইপুলিয়া নদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰিবলৈ গাওঁ ৰাইজৰ পূজা অৰ্চনা...
আছু সমৰ্থিত প্ৰাৰ্থীৰ দখলত সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভা
উজনি অসমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ...
ঘোচলৈ আৰক্ষীৰ হাততে গ্ৰেপ্তাৰ হল আৰক্ষী --
এইবাৰ উৎকোচ লৈ আৰক্ষীৰ হাততে গ্ৰেপ্তাৰ হল আৰক্ষী । মৰিগাঁৱৰ লাহৰীঘাট থানাৰ ASI অম্বিক কুমাৰ নাথে...
ગુજરાત રાજ્ય ગ્રામ પંચાયત કોમ્પ્યુટર ઓપરેટર મંડળ ધારાસભ્ય અક્ષય પટેલને શું ? રજૂઆત કરી.જુવો 👇👉
ગુજરાત રાજ્ય ગ્રામ પંચાયત કોમ્પ્યુટર ઓપરેટર મંડળ ધારાસભ્ય અક્ષય પટેલને શું ? રજૂઆત કરી.જુવો 👇👉