মাজুলীত হৰ ঘৰ ত্ৰিৰংগা নামত ৰাষ্ট্ৰীয় পতাকাক অৱমাননামা। মীন বিভাগৰ এই কাণ্ড।

জাতীয় পতকাক মাটিত পেলাই ওলোটাকৈ হাতত লৈ জিলা প্ৰশাসনৰ আদেশ পালন কৰি সামাজিক মাধ্যমত এৰিলে ফটো।

এই কাণ্ডক লৈ মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া। মীন বিভাগৰ SDO গৰাকীৰ উপস্থিত এই কাণ্ড।