অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৬ তাৰিখলৈকে শিৱসাগৰ জিলা গুণোৎসৱ-২০২৪ৰ কাৰ্য্যসূচীসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখযোগ্য যে, গুণোৎসৱৰ সমূহ কাৰ্য্যসূচী সুন্দৰ আৰু সফলভাৱে অনুষ্ঠিত কৰিবলৈ জিলাখনৰ বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰি বিদ্যালয় সমূূূূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে ইতিমধ্যে জাননী জাৰি কৰিছে ৷ এই গুণোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে অভিভাৱক-অভিভাৱিকা আৰু সকলো ৰাইজৰ সহায়-সহযোগিতা একান্তই কামনা কৰিছে ৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्हा परिषदेच्यावतीने उत्कृष्ट शिक्षक, गुणवंत
विद्यार्थी आणि आदर्श शाळा पुरस्कार वितरणाचे आयोजन
परभणी,(प्रतिनिधी)दि.8: जिल्हा परिषदेच्या प्राथमिक आणि माध्यमिक शिक्षण विभागामार्फत सन 2022-2023...
দুধনৈত সদৌ ৰাভা কৃষ্টি সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা
দুধনৈ উদয়পুৰত আজি সদৌ ৰাভা কৃষ্টি সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা, সভাত কেতবোৰ...
नामवंत इतिहास संशोधक, पुराणवस्तू संग्राहक अनंत उर्फ अण्णा शिरगावकर यांचे दु:खद निधन
चिपळूण : कोकणच्या इतिहासाचा ज्ञानकोश, असंख्य अभ्यासकांचे मार्गदर्शक, अचूक टायमिंग साधणाऱ्या...
স্বাধীনতা ৭৫ বৰ্ষ উপলক্ষে বিচিপিএলৰ চি এছ আই এফ ৰ ৰক্তদান শিবিৰ সম্পন্ন
স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন উপলক্ষে আজাদি কা অমৃত মহোৎসৱৰ তত্বাৱধানত চি আই এছ এফ ইউনিট...
MP Whether Forecast:- आज फिर होगी मध्य प्रदेश में भारी बारिश, 26 जिलों के लिए अलर्ट जारी।
आज बारिश मचाएगी प्रदेश में तांडव, मौसम विभाग ने जारी किया अलर्ट।
हम आपको बता दें...