এজন বিশেষভাৱে সক্ষম ব্যক্তি। নাম ৰতন মেচ। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুনাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ মাজুলি আমলগাত ঘৰ এই ব্যক্তিজনৰ। । জন্মৰ পৰাই দেখা নাই পৃথিৱীখন তথাপিও সুখী এই ব্যক্তিজন। এই দোতাৰাখনেই একমাত্ৰ সম্বল এওঁৰ ।এই দোতাৰাখন লৈয়ে অতি সুমধুৰ কন্ঠৰে প্ৰতিদিনে সৃষ্টি কৰি গৈছে নতুন নতুন গানৰ। সৰুৰে পৰা অহৰহ বজাই গৈছে এই দোতাৰা খন।কেতিয়াবা ৰাজহুৱা সভা আৰু ধৰ্মীয় আলোচনা সমুহত দোতাৰাৰে সৈতে গীত গায় ৰাইজৰ সমাদৰ লাভ কৰিছে ৰতন মেচে। এই ব্যক্তিজনে চাৰিজনীয়া এটা পৰিয়ালসহ কটাই আছে এটা অতি দূৰ্বিসহ জীৱন।চৰকাৰৰ পৰা বিচাৰিছে সহায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આણંદ ખાતે આવેલ એંસી ફુટ રોડ પર આવેલ બ્લ્યુ આઇવી હોટલને કરવામા આવી શીલ.
આણંદ ખાતે આવેલ એંસી ફુટ રોડ પર આવેલ બ્લ્યુ આઇવી હોટલને કરવામા આવી શીલ.
ડીસા તાલુકા સંઘ ખાતે ભારતીય જનતા પાર્ટીની બેઠક યોજાઈ વિધાનસભાના પ્રભારી ઉપસ્થિત રહ્યા
ડીસા તાલુકા સંઘ ખાતે ભારતીય જનતા પાર્ટીની બેઠક યોજાઈ વિધાનસભાના પ્રભારી ઉપસ્થિત રહ્યા
પેટલાદમાં EVM નિદર્શન કામગીરી કરાઈ
પેટલાદ પંથકમાં 239 બુથ ઉપર તંત્ર દ્વારા ઈવીએમ મશીન નિદર્શન કામગીરી કરવામાં આવી હતી. લોકોને...
एक कर्मचारी की संदिग्ध परिस्थितियों में मौत हो गयी। वही पुलिस ने आज एमबीएस अस्पताल की मोर्चरी पर पोस्टमार्टम करवाया है।
शहर के नांता क्षेत्र के गोरधनपुरा निवासी निजी अस्पताल में कार्य करने वाले एक कर्मचारी की संदिग्ध...