ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত কালি পুৱতি নিশা ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী নাইট চুপাৰত মাৰ্ঘেৰিটা দিহিঙীয়া গাঁৱৰ চন্দ্ৰ দাস নামৰ যাত্ৰীৰ পৰা মৰাণ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত দুটা ড্ৰাগছৰ কণ্টেনাৰ , নগদ ৪৯০০০ টকা, দুটা মোবাইল জব্দ কৰে আৰু আজি জেৰাৰ অন্তত কেছনং ১১২/২২ নম্বৰ ধাৰা ২৭ NDPS act ত গোচৰ ৰুজু কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে পূৰ্বেও চন্দ্ৰ দাস বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত হৈ জেল খাতিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Car In Summers: गर्मियों में कार को रखना है कूल, तो रखें किन बातों का ध्यान, जानें डिटेल
भारत के कई राज्यों में जल्द ही गर्मियों की शुरूआत होने वाली है। गर्मियों के दौरान कार...
સાવરકુંડલા ના લુવારા ગામના શાંતિભાઈ બોરીચા ઉં.વ.૩૫ ને પાસા વોરંટ ની બજવણી કરી વડોદરા મધ્યસ્થ જેલ ખાતે અટકાયત રહેવા મોકલી આપતી અમરેલી પોલીસ.
અમરેલી જિલ્લા મેજિસ્ટ્રેટ તથા પોલીસ અધિક્ષક નાઓએ પાસા હેઠળ કાર્યવાહી કરતા,
પ્રોહી બુટલેગર ઇસમને...
Can’t mislead people by using country’s name, Modi attacks Opposition alliance
Prime Minister Narendra Modi said people cannot be misled merely by the use of the...
Weather Update Today: यूपी-बिहार और बंगाल में आज होगी बारिश, दिल्ली में येलो अलर्ट जारी; पढ़ें मौसम का हाल
देशभर में दक्षिणी-पश्चिमी मानसून (Monsoon) की दस्तक के बाद बारिश का दौर शुरू हो चुका है। उत्तर से...