মাজুলীত আৰ এছ এছৰ ৰাখী বন্ধন উৎসৱ :
দেশৰ বৈচিত্ৰ্যৰ মাজত একতা , সমতা সমন্বয় , বিভিন্ন জাতি -উপজাতি , ভিন্ন ধৰ্মালম্বী লোকৰ মাজত একাত্মবোধ ধৰি ৰখাৰ উদ্যেশী প্ৰাচিন কালৰ পৰা ভাৰত বৰ্ষত ৰাখী বন্ধন উৎসৱ উদযাপন কৰি আহিছে ৷ এই উপলক্ষে মাজুলীত ১০ টা কৈ স্থানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাখী বন্ধন উৎসৱ উদযাপন কৰে ৷ ১৯২৫ চনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ড° কেশৱ বলিৰাম হেডগোঁৱাৰে প্ৰতিষ্ঠা কৰা দিনৰ পৰা এই উৎসৱ হিন্দু সমাজক একত্ৰিত কৰাৰ মানসেৰে উদযাপন কৰি অহিছে ৷