ৰহাৰ চাপৰমুখ মাৰবাৰী পট্টিত যোবা ২৩ডিচেম্বৰত সংঘটিত হোবা বিধ্বংসী অগ্নি কাণ্ডত সৰ্বস্ত্ৰ হেৰোৱা তিনি পৰিয়ালৰ ওচৰত আজি সন্ধ্যা বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাস উপস্থিত হৈ কথা বতৰা পতাৰ লগতে দৈনিক ব্যবহৃত প্ৰয়োজনিয় সামগ্ৰী বাবে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে অগ্নি কাণ্ডত সম্পূৰ্ণ জাহ যোবা পৰিয়ালক সহায় সহযোগীতা ৰ আশ্বাস প্ৰদান কৰে।
ড° অসীম কুমাৰ দাসৰ লগত চাপৰমুখ গৰুবাট মণ্ডল বিজেপি ৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।