মঙলদৈত বিভিন্ন অঞ্চলত বানৰ পিছতে খহনিয়াই লৈছে তীব্ৰ ৰূপ। যাক লৈ চিন্তিত হৈ পৰিছে নৈ পৰিয়া ৰাইজ। ইতিমধ্যে মোৱামৰি, গেৰিমাৰীৰ কেইবাটাও পৰিয়ালৰ গৃহ মঙলদৈ নদীত জাহ গৈছে। পুনৰ মঙলদৈ নদীৰ খহনীয়াই চিন্তিত কৰি তুলিছে ৬ নং ৱাৰ্ড ৰ জ্যোতিনগৰৰ একাংশ নৈ পৰিয়া ৰাইজক।ইতিমধ্যে প্রায় ৩০ টা পৰিয়ালৰ ২০- ৩০ ফুটৰ অধিক ম্যাদী মাটি পানীত জাহ গৈছে। নদীৰ গৰা আহি ঘৰত লাগিছে। যাতায়তৰ বাবে পথ নোহোৱা হৈ পৰিছে। সেয়ে নিদ্ৰা হৰণ হৈছে এই পৰিয়াল সমূহৰ। কোন মুহূৰ্তত খহানিয়াত জাহ যায় সপোনৰ ঘৰ খন। জল সম্পদ বিভাগ আৰু বিধায়কক অনুৰোধ কৰিও কোনো সু-ফল পোৱা নাই। সেয়েহে তেওঁলোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।নহলে ঘৰ এৰি অঘৰী হব এই দুৰ্ভগীয়া পৰিয়াল সমূহ। লগতে এই খহনিয়াই মঙলদৈ চহৰৰ প্ৰতিও ভাবুকি আনিব পাৰে বুলি ধাৰণা কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वेबसाइट पर भी दिखेगा ब्लू टिक, असली-नकली का फर्क चुटकियों में पता चलेगा; गूगल की बड़ी तैयारी
गूगल इन दिनों एक नए फीचर की टेस्टिंग कर रहा है। आने वाले दिनों में यूजर्स को सर्च रिजल्ट में...
ધારાસભ્ય કાંધલભાઈ જાડેજાએ ખેડૂતોનો રસ્તાનો પ્રશ્ન ઉકેલ્યો, સતીઆઈ મંદિર તરફનો રસ્તો સમથળ કરાવ્યો
ધારાસભ્ય કાંધલભાઈ જાડેજાએ ખેડૂતોનો રસ્તાનો પ્રશ્ન ઉકેલ્યો, સતીઆઈ મંદિર તરફનો રસ્તો સમથળ કરાવ્યો
अघोषित बिजली कटौती की समस्या निवारण हेतु लाडपुरा विधानसभा के ग्रामवासियों ने ऊर्जा मंत्री हीरालाल को सौंपा ज्ञापन
अघोषित बिजली कटौती की समस्या निवारण हेतु लाडपुरा विधानसभा के ग्रामवासियों ने ऊर्जा मंत्री हीरालाल...
બાલાસિનોર નગરપાલિકા માં વહીવટદાર મુકાયા..
બાલાસિનોર નગરપાલિકા ની મુદત પૂર્ણ થતા નગરપાલિકા માં વહીવટદાર તરીકે બાલાસિનોર મામલતદાર...