আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ধেমাজি জিলা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ প্ৰভাত ফেৰী। প্ৰভাত ফেৰীত অংশ লয় বিদ্যালয় খনৰ ছাত্র ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে। আজাদী কা মহোৎসৱৰ অংশ হিচাপে উলিওৱা এই প্ৰভাত ফেৰীৰ জৰিয়তে বৰদলনি ভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ সজাগতাৰ সৃষ্টি কৰে। জনসাধাৰণক দেশ প্ৰতি শ্ৰদ্ধা কৰাৰ মূল উদ্দেশ্য। আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱসত সকলোকে পালন কৰিবলৈ আহ্বান জনায় বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাষ্ট্ৰদ্ৰোহৰ আইন বাতিল হ'ব: কেন্দ্ৰই অপৰাধমূলক আইনসমূহৰ ব্যাপক অভাৰহ'লৰ বাবে বিধেয়ক দাখিল
নতুন দিল্লীঃ বাৰিষা অধিবেশনৰ অন্তিম দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ দেশদ্ৰোহ আইনকে...
मंडाना महात्मा गांधी राजकीय अंग्रेजी विद्यालय मे भगवान श्री कृष्ण जन्मोत्सव मनाया
महात्मा गांधी राजकीय अंग्रेजी विद्यालय मंडाना मे भगवान श्री कृष्ण जन्मोत्सव बालक बालिकाओ व...
मोठी बातमी! आता सरपंच किंवा सदस्य होण्यासाठी इतक शिक्षण लागणारच...
पुणे: ग्रामपंचायत सदस्य किंवा सरपंच होण्यासाठी उमेदवार किमान सातवी पास असण्याचा निर्णय ग्रामविकास...
T20 World Cup: पाकिस्तान से जीत के बाद भी टीम इंडिया को बड़ा झटका, हो गया उलटफेर
टी20 वर्ल्ड कप 2022 का आगाज बेहतरीन तरीके से हो गया है. सभी टीमें वर्ल्ड कप के लिए जमकर पसीना...