ঢকুৱাখনা পৌৰসভাৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্রাত কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ বাবে আজি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নামেৰে এক সজাগতা সভা ৷ এই সজাগতা সভাতে চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচী সমূহ এখন ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে চৰকাৰৰ গেৰান্টি আৰু বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত প্ৰজেক্টৰৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৰাজহুৱা খেলপথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰচাৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত অনুষ্ঠানত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী বিষয়া কার্তিক কলিতা, ঢকুৱাখনা পৌৰসভা পৌৰপতি ৰাজীৱ দাস, উপ-পৌৰপতি চন্দ্রমা গগৈকে আদিকৰি বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া, ৰাজনৈতিক নেতা কৰ্মী সকলৰ উপৰি চৰকাৰী হিতাধিকাৰী উপস্থিত থাকে । ইপিনে চৰকাৰে দেশবাসীৰবাবে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা আনিবৰ বাবে এই ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আৰম্ভ কৰি গাঁৱেভূঞে ৰাইজক সজাগতা কৰি এক সংকল্প যাত্ৰাৰ ৰূপায়ণ কৰা দেখা গৈছে । বিশেষকৈ এই বাহনখনে মোদী চৰকাৰৰ গেৰান্টি আৰু বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত প্ৰজেক্টৰৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি প্রধানমন্ত্রী আৱাস যোজনা (চহৰাঞ্চল), পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঋণ, উজ্জ্বলা যোজনা, সৌভাগ্য যোজনা, জন-ধন যোজনা, মুদ্রা লোণ, আয়ুষ্মান কার্ড, স্বচ্ছ ভাৰত মিচন, আধাৰ আপডেচন, জীৱন জ্যোতি যোজনা, সুৰক্ষা বীমা যোজনা, অটল পেন্সন যোজনা, পি. এম. বিশ্বকর্মা ইত্যাদি আঁচনিসমূহ ৰাইজৰ কাষলৈ লৈ যোৱাৰ মহৎ উদ্দেশ্য আগত লৈ যোৱাৰো সংকল্প লয় এই কাৰ্যসূচীৰ জৰিয়তে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পথ দূৰ্ঘটনাত নিহত আৰক্ষী উপ-পৰিদৰ্শক দুলুমণি মেধি ::দৰং-ওদালগুৰিত শোকৰ ছাঁ
মঙলদৈ, ২৪ নৱেম্বৰ : মঙলদৈৰ হাউলীমোহনপুৰ নিবাসী, প্ৰবীণ ফুটবল, এথলেটিকছ, বেডমিণ্টন খেলুৱৈ, এজন...
मोदी बोले-दुनिया युद्ध नहीं, बुद्ध में समाधान ढूंढ सकती है:उनकी शिक्षाओं से सीखने की जरूरत
प्रधानमंत्री नरेंद्र मोदी ने दिल्ली के विज्ञान भवन में अंतर्राष्ट्रीय अभिधम्म दिवस और पाली को...
பெங்களூருவில் வெடிகுண்டு தாக்குதல் நடத்த சதி: கைதான 5 பேரிடம் துப்பாக்கி, வெடிமருந்து பறிமுதல்
பெங்களூரு: பெங்களூருவில் வெடிகுண்டு தாக்குதல் நடத்த சதி செய்ததாக 5 பேரை மத்திய குற்றப்பிரிவு...
ঐতিহাসিক ধোদৰআলি বহলীকৰণৰ নামত বাগিচাৰ চাহগছ উচ্ছেদ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া খুমটাইত
ঐতিহাসিক ধোদৰআলি বহলীকৰণৰ নামত বাগিচাৰ চাহগছ উচ্ছেদ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া খুমটাইত ৷ ধোদৰআলিৰ...
Tata ला सकती है इस सस्ती SUV का फेसलिफ्ट वर्जन, जानें क्या होंगे बदलाव, कब होगी पेश
देश की प्रमुख वाहन निर्माता Tata Motors की ओर से कई बेहतरीन Cars और SUV को ऑफर किया जाता है।...