'নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচেছ একাডেমি' (NEFSA)। এই কাৰিকৰী শিক্ষানুষ্ঠানটো পূৰ্বে নেচনেল একাডেমি অব্ ফায়াৰ এণ্ড ছেফটী ইঞ্জিনিয়াৰিং, ডিব্ৰুগড় হিচাপে জনা গৈছিল যদিও পিছলৈ নাম সলনি কৰি 'নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিছেছ একাডেমি' ৰখা হৈছে। স্থাপিত ২০১৬। ভাৰত চৰকাৰৰ নাগপুৰ বিশ্ববিদ্যালয়, চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়, ইউ জি চি আৰু ভাৰত চৰকাৰৰ এইচ আৰ্ ডিৰ অধীনস্থ আৰু এ আই চি টি ই অনুমোদিত ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত এই শিক্ষানুষ্ঠানটি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অগ্নি সেৱা বিভাগৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। একাডেমিৰ কেম্পাছতে থাকি পাঠ্যক্ৰম অনুসৰি এবছৰৰ পৰা তিনিবছৰ অধ্যয়ন কৰি (অৰ্থাৎ প্ৰশিক্ষণ গ্ৰহণ কৰি) নিজকে চাকৰিৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে। উল্লেখ্য যে ভাৰতীয় তেল নিগম (IOC), অইল ইণ্ডিয়া লিমিটেড (OIL), আসাম পেট্ৰ'কেমিকেল প্লান্ট (এ পি চি পি এল), এয়াৰ প'ৰ্ট অথ'ৰিটী অব্ ইণ্ডিয়া, আই টি আই- ৰিহাবাৰী (গুৱাহাটী), ভাৰতীয় ৰিজাৰ্ভ বেংক, পাৱাৰ প্লাণ্ট, ভাৰতীয় ৰেল আদিত চাকৰিৰ ১০০% নিশ্চিতি প্ৰদান কৰে এই শিক্ষানুষ্ঠানটোৱে। ছাত্ৰ আৰু ছাত্ৰী উভয় পক্ষই নামভৰ্তি কৰিব পাৰিব এই শিক্ষানুষ্ঠানত। ইতিমধ্যে আগন্তুক শিক্ষাবৰ্ষৰ বাবে 'কাউঞ্চেলিং'সহ নামভৰ্তি সম্পন্ন হৈছে যদিও চলিত আগষ্ট মাহৰ ভিতৰত নামভৰ্তি কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে কাউঞ্চেলিঙৰ অবিহনেই নামভৰ্তিৰ সুযোগ লাভ কৰিব। যোগ্যতা - মেট্ৰিক উত্তীৰ্ণ, হাইয়াৰ চেকণ্ডাৰী উত্তীৰ্ণ (যিকোনো শাখাৰ) আৰু বি এছ চি (বিজ্ঞানৰ স্নাতক)। (যোগাযোগৰ নম্বৰ - 9101862482 আৰু 7896084078)।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Double Chin की प्रॉब्लम दूर करने में ये 2 आसन है बेहद असरदार, पेट पर जमी चर्बी भी होती है कम
अगर आप Double Chin से परेशान हैं और इसे कम करने का कोई मैजिक ढूंढ़ रही हैं तो वो बेशक पॉसिबल नहीं...
Ayodhya Ram Mandir: सोलर बोट पर सवार हुए CM Yogi, सरयू नदी का लिया जायजा | UP News | Pran Pratishtha
Ayodhya Ram Mandir: सोलर बोट पर सवार हुए CM Yogi, सरयू नदी का लिया जायजा | UP News | Pran Pratishtha
UP Nikay Chunav Result: Mayawati ने निकाय चुनाव में हार के बाद इसे बताया जिम्मेदार? |
UP Nikay Chunav Result: Mayawati ने निकाय चुनाव में हार के बाद इसे बताया जिम्मेदार? |
વાઘોડિયા ધારાસભ્ય મધુ શ્રીવાસ્તવને કરણી સેનાનું સમર્થન 2022 | Spark Today News Vadodara
વાઘોડિયા ધારાસભ્ય મધુ શ્રીવાસ્તવને કરણી સેનાનું સમર્થન 2022 | Spark Today News Vadodara